Skip to content

ইতিহাস আৰু বাইবেল

সংৰক্ষণ, অনুবাদ আৰু বিতৰণ কৰাৰ ক্ষেত্ৰত বাইবেল হৈছে এক অতুলনীয় ধৰ্ম্মশাস্ত্ৰ। আধুনিক আৱিষ্কাৰে প্ৰমাণ কৰে যে ই ঐতিহাসিকভাৱেও সঠিক। আপোনাৰ পৃষ্ঠভূমি যিয়েই নহওঁক কিয়, বাইবেলখন পঢ়াৰ যোগেদি আপুনি জানিব পাৰিব যে ই আন শাস্ত্ৰকৈ একেবাৰে বেলেগ।

DOCUMENTARIES

তেওঁলোকে বাইবেলক অমূল্য বুলি গণ্য কৰিছিল—এক আভাস (উইলিয়াম টিডেল)

তেওঁৰ কামৰপৰা বুজিব পাৰি যে তেওঁ বাইবেলক কিমান প্ৰেম কৰিছিল। তেওঁ কৰা কামৰপৰা আমি আজিও লাভৱান হৈছোঁ।

DOCUMENTARIES

তেওঁলোকে বাইবেলক অমূল্য বুলি গণ্য কৰিছিল—এক আভাস (উইলিয়াম টিডেল)

তেওঁৰ কামৰপৰা বুজিব পাৰি যে তেওঁ বাইবেলক কিমান প্ৰেম কৰিছিল। তেওঁ কৰা কামৰপৰা আমি আজিও লাভৱান হৈছোঁ।

Publications

বাইবেল—ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে

বাইবেলত কি প্ৰাথমিক খবৰ পোৱা যায়?