Skip to content

কিশোৰ-কিশোৰী

কিশোৰ-কিশোৰী

বাইবেলত দিয়া পৰামৰ্শবোৰে আপোনাক সমস্যাবোৰ সন্মুখীন হʼবলৈ আৰু এনে দক্ষতাবোৰ বঢ়াবলৈ সহায় কৰিব পাৰে, যি দৈনন্দিন জীৱনত কামত আহে। a

[ফুটনোট]

কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন

মুখ সংগম যৌন সম্পৰ্ক হয়নে?

এজন ব্যক্তিয়ে মুখ সংগম কৰাৰ পাছতো কুমাৰী হৈ থাকেনে?

কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন

মুখ সংগম যৌন সম্পৰ্ক হয়নে?

এজন ব্যক্তিয়ে মুখ সংগম কৰাৰ পাছতো কুমাৰী হৈ থাকেনে?

কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন

যৌন সম্বন্ধ, বন্ধু, পিতৃ-মাতৃ, স্কুল আদি বিভিন্ন বিষয়, সাধাৰণতে কিশোৰ-কিশোৰীসকলে সোধে।

যুৱক-যুৱতীসকলে কি ভাবে

আপুনি হয়তো এনে পৰিস্থিতিৰ সন্মুখীন হৈছে, যি পৰিস্থিতিৰ সন্মুখীন আপুনি কেতিয়াও হোৱা নাই। আপোনাৰ সমবয়সীয়া যুৱক-যুৱতীসকলে কেনেদৰে এনে সমস্যাবোৰ সন্মুখীন হৈছে, তাৰ বিষয়ে চাওক।

হোৱাইট বোৰ্ড এনিমেশ্বন

আপুনি কেতিয়াবা এনে সমস্যাৰ কবলত পৰিছে নেকি, যেতিয়া আপোনাক ইয়াৰ সন্মুখীন হʼবলৈ কঠিন হৈছে? যদি পৰিছে, তেনেহʼলে এই ভিডিঅ’ ক্লিপ্‌বোৰে সাধাৰণতে কিশোৰ-কিশোৰীসকলে সন্মুখীন হোৱা সমস্যাবোৰ পাৰ কৰাত সহায় কৰিব।

কিশোৰ-কিশোৰীৰ বাবে অনুশীলনী

এই অনুশীলনীবোৰে আপোনাৰ চিন্তাধাৰা লিখি ৰাখিবলৈ আৰু আহিবলগীয়া সমস্যাবোৰৰ সন্মুখীন হʼবলৈ সহায় কৰিব।

বাইবেল অধ্যয়নৰ বাবে বিভিন্ন পদ্ধতি

প্ৰিণ্ট্‌ কৰিব পৰা এই পদ্ধতিবোৰে কিশোৰ-কিশোৰীসকলক বাইবেলৰ ঘটনাবোৰ সজীৱ কৰি তুলিবলৈ সহায় কৰিব।

কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন

জীৱনত সফলতা লাভ কৰিবলৈ ব্যৱহাৰিক পৰামৰ্শ লওক।

বাইবেলে প্ৰকৃততে কি শিকায়? (অনুশীলনী)

কেতিয়াবা কেতিয়াবা আপোনাৰ বিশ্বাস বজাই ৰাখিবলৈ কঠিন হয় নেকি? আপোনাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰি আৰু আনৰ আগত কেনেকৈ বৰ্ণনা কৰিব পাৰি, তাৰ বিষয়ে শিকক।