Skip to content

স্কুল

আমি স্কুলত মানসিক, আৱেগিক আৰু আধ্যাত্মিক হেঁচাৰ সন্মুখীন হʼবলগীয়া হয়। সমস্যাবোৰৰ সন্মুখীন হোৱাৰ সময়ত আপুনি বেছিকৈ চিন্তিত নোহোৱাকৈ কেনেকৈ এক ভাল শিক্ষা পাব পাৰে?

কোনোবাই মোক আমনি কৰিলে মই কি কৰিব পাৰোঁ?

আমনি কৰাজনক আমি সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি সঠিক প্ৰতিক্ৰিয়া দেখুৱাব পাৰোঁ।