Skip to content

আৱেগিক স্বাস্থ্য

বহুতো কিশোৰ-কিশোৰীয়ে অকলশৰীয়া, চিন্তা আৰু নিৰাশাৰ লগত যুঁজি আছে। এই অনুভূতিৰ পৰা আপুনি কেনেকৈ ওলাই আহিব পাৰে, তাৰ বিষয়ে জানক।

বাধা

কোনোবাই মোক আমনি কৰিলে মই কি কৰিব পাৰোঁ?

আমনি কৰাজনক আমি সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি সঠিক প্ৰতিক্ৰিয়া দেখুৱাব পাৰোঁ।