কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন

জীৱনত সফলতা লাভ কৰিবলৈ ব্যৱহাৰিক পৰামৰ্শ লওক।

প্ৰশ্ন ১

মই কোন হওঁ?

মানদণ্ড, দক্ষতা, সীমিত অৱস্থা আৰু লক্ষ্যৰ প্ৰতি সজাগ হৈ থাকিলে ইয়ে আপোনাক কেনেকৈ চাপৰ সন্মুখীন হোৱাৰ সত্বেও উচিত নিৰ্ণয় লবলৈ সহায় কৰিব

প্ৰশ্ন ২

মই মোৰ ৰূপ আৰু গঠনৰ বিষয়ে কিয় চিন্তিত?

আপুনি নিজৰ ৰূপ আৰু গঠন আইনাত দেখি নিৰাশ হয় নেকি? কম বেছি পৰিমানে আপুনি কি কৰিব পাৰে?

প্ৰশ্ন ৩

মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?

মা-দেউতাৰ লগত যোগাযোগ কৰিবলৈ এই উপায়বোৰে আপোনাক সহজ কৰি তুলিব।

প্ৰশ্ন ৪

মই ভুল কৰিলে কি কৰিম?

আজি নহয় কালি আপুনি ভুল কৰিবই—সকলোৱে কৰে। কিন্তু তাৰ পাছত কি?

প্ৰশ্ন ৫

স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?

আপুনি নিজকে দুৰ্বল বুলি নাভাবিব। কাজিয়া নকৰাকৈ আপুনি গুণ্ডাগিৰি কৰা ব্যক্তিৰ বিৰুদ্ধে থিয় দিব পাৰিব।

প্ৰশ্ন ৬

সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?

যি সঁচা তাৰ বিৰুদ্ধে থিয় দিবলৈ আপোনাৰ কঠিন হ’ব পাৰে।

প্ৰশ্ন ৭

যদি মোক কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰে, তেনেহ’লে মই কি কৰিম?

কিছুমান যুৱক-যুৱতীয়ে বিপৰীত লিংগৰ লগত অন্তৰংগ সম্পৰ্ক ৰখাৰ বাবে কি পৰিণামৰ সন্মুখীন হৈছিল, তাৰ বিষয়ে কিছু উদাহৰণ বিবেচনা কৰক।

প্ৰশ্ন ৮

সতীত্ব নষ্ট হোৱাৰ বিষয়ে মই কি জানোঁ?

ইয়াৰ মূল লক্ষ্য হৈছে কিশোৰ-কিশোৰীসকল। এই সত্যতাৰ আপুনি কেনেকৈ সন্মুখীন হ’ব?

প্ৰশ্ন ৯

মই বিকাশবাদৰ ওপৰত বিশ্বাস কৰিব পাৰোঁনে?

কি বৰ্ণনা সকলোৰে বাবে গ্ৰহণযোগ্য হ’ব?

প্ৰশ্ন ১০

পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব?

বহুতোলোকে কয় যে বাইবেল এখন কল্পনা-কাহিনীৰ কিতাপ, পুৰণি কালৰ কিতাপ অথবা ইয়াক বুজিবলৈ বহুত কঠিন। কিন্তু এইটো সত্য নহয়।