Skip to content

বাইবেল কমিক্‌

বাইবেলৰ কমিক্‌বোৰ যেতিয়া আপুনি অনলাইন বা প্ৰিণ্ট্‌ কৰি পঢ়িব, তেতিয়া এই কাহিনীবোৰ আৰু সজীৱ হৈ উঠিব। কাহিনীটো পঢ়াৰ পাছত পৰিয়াল সৈতে কাহিনীটোৰ শেষত দিয়া প্ৰশ্নবোৰ আলোচনা কৰি ব্যৱহাৰিক শিক্ষা লাভ কৰক।