Skip to content

Skip to table of contents

পৰিচয়

পৰিচয়

এই কঠিন সময়ছোৱাত, বিবাহ আৰু পৰিয়ালৰ ওপৰত বিভিন্ন ধৰণৰ চাপ পৰিছে। এনে পৰিস্থিতিত এটা পৰিয়াল সুখী হোৱাটো সম্ভৱনে? ই এক সাধাৰণ বিষয় নহয়। কিন্তু ইয়াৰ বাবে সহায় উপলব্ধ আছে। যদিও এই ব্ৰচাৰখনে বিবাহিত জীৱনৰ লগত জড়িত থকা সকলো বিষয়ৰ ওপৰত উপদেশ দিয়া নাই, কিন্তু ইয়াত বাইবেল আধাৰিত কিছুমান সিদ্ধান্ত আৰু ব্যৱহাৰিক পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি এই পৰামৰ্শবোৰ পালন কৰে, তেনেহʼলে ইয়ে আপোনাৰ পৰিয়াল জীৱন সুখী কৰি তুলিবলৈ সহায় কৰিব।