গীত নং ১৪২
আশাৰ লংগৰক ধৰোঁ বিশ্বাসেৰে
(ইব্ৰী ৬:১৮, ১৯)
-
১. শ-তি-কা জু-ৰি আ-ছে মা-নুহ আ-ন্ধা-ৰত।
খো-জে মি-ছা-তে, ধ-ৰি-ব ব-তা-হক।
শো-চ-নী-য় হৈ-ছে মা-নু-হৰ দ-শা;
পা-পৰ বা-বে ন-হয় তাৰ ৰ-ক্ষা।
(কোৰাচ)
উ-ল্লাস ক-ৰা, উ-দ্ধাৰ নি-চেই কা-ষত!
যী-চু-ৱে দি-ব মু-ক্তি পি-তাৰ ৰা-জ্যত।
ক-ৰি-ব শেষ তেওঁ দু-ষ্টক সোন-কা-লে;
আ-শাৰ লং-গ-ৰক ধ-ৰোঁ বি-শ্বা-সে-ৰে।
-
২. দিন যি-হো-ৱাৰ আ-হি-ছে অ-তি বে-গে-ৰে;
আ-কৌ ন-হ-ব দুখ আ-ৰু মা-নু-হৰ,
সৃ-ষ্টিক দু-খৰ প-ৰা ক-ৰি-ব মু-ক্ত,
ক-ৰোঁ প্ৰ-শং-সা প-ৰম-জ-নাৰ।
(কোৰাচ)
উ-ল্লাস ক-ৰা, উ-দ্ধাৰ নি-চেই কা-ষত!
যী-চু-ৱে দি-ব মু-ক্তি পি-তাৰ ৰা-জ্যত।
ক-ৰি-ব শেষ তেওঁ দু-ষ্টক সোন-কা-লে;
আ-শাৰ লং-গ-ৰক ধ-ৰোঁ বি-শ্বা-সে-ৰে।
(গীত. ২৭:১৪; উপ. ১:১৪; যোৱে. ২:১; হব. ১:২, ৩; ৰোম. ৮:২২ পদবোৰো চাওক।)