Skip to content

Skip to table of contents

গীত নং ২৫

যিহোৱাৰ অভিষিক্ত লোক

যিহোৱাৰ অভিষিক্ত লোক

(১ পিতৰ ২:৯)

  1. ১. ঈ-শ্ব-ৰে ধ-ৰাৰ প-ৰা,

    বা-ছি লʼ-লে কি-ছু লোক।

    ৰা-জ্য শা-সন ক-ৰি-ব;

    যী-চুৰ ল-গত তেওঁ-লোক।

    (কোৰাচ)

    প-বি-ত্ৰ এই জা-তি,

    অ-ভি-ষি-ক্ত বি-শেষ লোক।

    যি-হো-ৱাৰ ম-হি-মা,

    বি-চা-ৰে যেন স-ক-লো-তে হওঁক।

  2. ২. আ-ন্ধা-ৰৰ প-ৰা যাঃ-য়ে,

    আ-নি-লে পো-হ-ৰ-লৈ,

    স-ত্যৰ জ্ঞান দি তেওঁ-লো-কক

    মা-তি-লে তেওঁৰ কা-ষত।

    (কোৰাচ)

    প-বি-ত্ৰ এই জা-তি,

    অ-ভি-ষি-ক্ত বি-শেষ লোক।

    যি-হো-ৱাৰ ম-হি-মা,

    বি-চা-ৰে যেন স-ক-লো-তে হওঁক।

  3. ৩. উ-ত্তম আ-দ-ৰ্শ ৰা-খি,

    পূৰ ক-ৰে স-ক-লো কাম।

    শু-ভ-বা-ৰ্তাৰ যো-গে-দি,

    ক-ৰে যাঃৰ নাম ম-হান।

    (কোৰাচ)

    প-বি-ত্ৰ এই জা-তি,

    অ-ভি-ষি-ক্ত বি-শেষ লোক।

    যি-হো-ৱাৰ ম-হি-মা,

    বি-চা-ৰে যেন স-ক-লো-তে হওঁক।

(যিচ. ৪৩:২০খ, ২১; মলা. ৩:১৭; কল. ১:১৩ পদবোৰো চাওক।)