গীত নং ৮৯
আহা আমি আজ্ঞা মানো
-
১. যী-চুৰ আ-জ্ঞা প্ৰ-কাশ হয় আ-মাৰ কা-মত,
তেওঁৰ শি-ক্ষাই দি-য়ে পো-হৰ যে আ-মাক।
সেই ক-থাই সুখ দি-য়ে আ-মাৰ হৃ-দ-য়ত,
পাম আ-ৰ্শী-বাদ সে-য়া ক-ৰি পা-লন।
(কোৰাচ)
আ-হা, যাঃৰ আ-জ্ঞা মা-নো
তেওঁ আ-মাক যি-য়ে শি-কায়,
আ-ৰ্শী-বাদ য-দি তু-মি বি-চ-ৰা,
পা-লন ক-ৰা যাঃৰ আ-জ্ঞা।
-
২. আ-মাৰ জী-ৱ-নৰ পথ হয় ঘ-ৰৰ দ-ৰে
য-দি সেই ঘ-ৰৰ ভে-টি হয় শি-লত,
ক-ৰি-লে পা-লন যাঃৰ আ-জ্ঞা যে আ-মি,
গ-ঢ়ি-ব আ-মাৰ জী-ৱন অ-ন-ন্তৰ।
(কোৰাচ)
আ-হা, যাঃৰ আ-জ্ঞা মা-নো
তেওঁ আ-মাক যি-য়ে শি-কায়,
আ-ৰ্শী-বাদ য-দি তু-মি বি-চ-ৰা,
পা-লন ক-ৰা যাঃৰ আ-জ্ঞা।
-
৩. যি-বোৰ গছ ৰো-ৱা হয় ন-দীৰ পা-ৰ-তে,
ধ-ৰে যে ফল তাত প্ৰ-তি ঋ-তু-তে,
ক-ৰি-লে পা-লন যাঃৰ আ-জ্ঞা-বোৰ আমি,
পাম আ-ৰ্শী-বাদ সেই অ-ন-ন্ত জী-ৱন।
(কোৰাচ)
আ-হা, যাঃৰ আ-জ্ঞা মা-নো
তেওঁ আ-মাক যি-য়ে শি-কায়,
আ-ৰ্শী-বাদ য-দি তু-মি বি-চ-ৰা,
পা-লন ক-ৰা যাঃৰ আ-জ্ঞা।
(দ্বিতী. ২৮:২; গীত. ১:৩; হিতো. ১০:২২; মথি ৭:২৪-২৭; লূক ৬:৪৭-৪৯ পদবোৰো চাওক।)